×
البقرةআয়াত 202

আল-মুখতাচাৰ

أُو۟لَـٰٓئِكَ لَهُمْ نَصِيبٌ مِّمَّا كَسَبُوا۟ ۚ وَٱللَّهُ سَرِيعُ ٱلْحِسَابِ ﴿٢٠٢﴾

এওঁলোকেই হৈছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণকামী লোক। এওঁলোকৰ বাবে পাৰ্থিৱ জীৱনত কৰা নেক আমলৰ ফলস্বৰূপে আছে বৰ ডাঙৰ ছোৱাব। আৰু আল্লাহ আমলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী।